Kati Bihu কাতি বিহু : অসমীয়াৰ বাপতি সাহোন কাতি বিহু, Kati Bihu is celebrated on the day of the month of Ahin and Kati.

0


Kati bihu is also called Kongali ("Poor") .



Kati bihu is also called Kongali ("Poor") as the granaries are usually empty and there is not much to eat at this time of the year .


( Kati Bihu is celebrated on the day of the month of Ahin and Kati.During this time the rice in the store is almost exhausted and there is a lot of time to harvest shali rice. Kati Bihu is also known as Kangali Bihu as it is celebrated at this time which is full of shortages and shortages.)





তুলসীৰ তলে তলে মৃগপহু চৰে......

তাকে দেখি ৰামচন্দ্ৰই ধনু-কাঁড় ধৰে…

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়।কঙালী বিহুত উলহ-মালহ বেছিকৈ নাথাকে, ভোগ-প্রাচুর্য ও নাথাকে।  কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপর্যহীন নহয়।ধর্মীয় আচাৰ-অনষ্ঠানেৰে শৰৎকলীয়া এই কাতি বিহ, যেন শৰৎ ৰ দৰে স্নিগ্ধ সমাহিত ৰূপত আবির্ভাব হয়। প্রাচুর্যৰ অহংকাৰ নাশ হ'লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয়। কাতি মাহত কৃষিজীৱী অসমীয়াৰ ভৰাল উদং হৈ আহে, নতুন ফচল চপোৱাৰ দিনো নৌ হয়; এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়।এই বিহুৰ দিনা মানহে আকাশ-বঞ্চি জলায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়।ভ’ৰাল, ঢেকীশাল, ধোৱা চাং, ধাননি পথাৰত চাকি জ্বালায়।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)

buttons=(Accept !) days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top